নমস্কাৰ মই তপন পায়েং(কাৰ্চাং তাকাৰ ছদ্ম নাম), সাহিত্য মোৰ অভিৰুচি । মোৰ এই নতুন তথ্য অসমীয়া’ৰ জৰিয়তে মোৰ লেখাসমূহ প্ৰকাশ কৰা হয়। য়োৱা ২০২১ চনৰ কৰোণা কালত মই আৰু মন্টুৰাম টাইডৰ সৈতে মিলি অসমৰ প্ৰথম মিচিং,অসমীয়া,ইংৰাজী ত্ৰিভাষিক ই-আলোচনী তিনিমাহৰ মুৰে মুৰে প্ৰকাশ কৰিছিলো,আমাৰ এই আলোচনীখনৰ নাম আছিল “সাহিত্যৰ ডেউকা’’ আৰু মিচিং ভাষাৰ বাতৰি কাকত “আনু মিচিং লুতাদ প্ৰতিষ্ঠাপক সদস্য । তাৰোপৰি বিভিন্ন আলোচনীত অসমীয়া আৰু মিচিঙত লেখা প্ৰকাশ হৈছে-শেহতীয়াকৈ অসমৰ আগশাৰী বাতৰি কাকত “ আমাৰ অসম,নিয়মীয়া বাৰ্তা,অসম আদিত্য,দৈনন্দিন বাৰ্তা,দৈনিক অসম ,দকচিৰি,জিলি,আস্থা,ৰামধেনু,নতুন-স্বজাতি ,দৈনিক জনমভূমি ইত্যাদি।
প্ৰকাশিত ধাৰাবাহিক উপন্যাস:-হৃদয়ৰ বাগিছাৰে সুবাসী তুমি(অনলাইন পেজত দৈনিক প্ৰকাশ হৈছিল)
সম্পাদিত ই-আলোচনী
অসমৰ প্ৰথম অসমীয়া,মিচিং,ইংৰাজীৰ ত্ৰিমাসিক ই-আলোচনী “সাহিত্যৰ ডেউকা’’ সম্পাদক হিচাপে, মুখ্য সম্পাদক মন্টুৰাম টাইডৰ সৈতে সম্পাদনা।
বহুতো লেখা প্ৰকাশ পাইছে যদিওং সাঁচি ৰাখিব নোৱাৰিলোঁ যিকিনি প্ৰকাশ পাইছে এইকেইটাৰ তালিকা(তদুপৰিও মোবাইল সলনি কৰি থকাৰ বাবে লেখাসমূহ হেৰুৱাই পেলালো)-তালিকাটোত কবিতা অন্তভুৰ্ক্ত কৰা হোৱা নাই)
লেখাসমূহ(সামাজিক মাধ্যম উপলব্ধ হৈ থকা সমূহ)
১। জনজাতীয় মর্যদা প্ৰদানে জনজাতীয় আৰু বৃহত্তৰ অসমীয়া জাতিৰ হ'ব ভৱিষ্যত অন্ধকাৰ- তপন পায়েং
৮। ৰাজনীতিৰ প্ৰেক্ষাপটত তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ -তপন পায়েং ৯। কৃত্ৰিম বুদ্ধিমত্তা: নৱপ্ৰজন্মৰ বাবে আশীষ নে অভিশাপ?(কল্পতৰুত প্ৰকাশিত)-তপন পায়েং ১২। অসমত উষ্ণতা বৃদ্ধি পোৱাৰ সংকটজনক কাৰকসমূহ(অসম আদিত্য)-তপন পায়েং ১৪।ভাৰতৰ ৰাজধানী নতুন দিল্লীত বায়ু প্ৰদুষণ ভয়াৱহতাৰ কাৰণ-তপন পায়েং
১৫।লৃগাং পালেহি(অসম আদিত্য)-তপন পায়েং
১৬।. অসম প্ৰত্যেক্ষ নিয়োগ পৰীক্ষা চমুকৈ এডি আৰ ই আৰু মোৰ অভিজ্ঞতা(দৈনন্দিন বাৰ্তা)-তপন পায়েং ১৮।ভাৰতীয় সমাজত নাৰীৰ প্ৰত্যাহ্বান(অসম আদিত্য)-তপন পায়েং
১৯। জোতাযোৰ কত ছিটিকি পৰে পিন্ধাজনেহে জানে-(দৈনন্দিন বাৰ্তা)-তপন পায়েং
২০। বিশ্ব শূন্য আৱৰ্জনা দিৱস-তপন পায়েং
২২। প্ৰেমে মলিয়ালে ফাগুনত ফাগুনীয়ো শিমলু হৈ ফুলিবই(অনুভৱ লেখ)(ৰামধেনু)-কাৰ্চাং তাকাৰ ২৩। লৃগাঙত লৃগাঙো ডুমডুম বজাব(গল্প)(কাম্ৰ)-কাৰ্চাং তাকাৰ ২৪। ফাগুনত নুফুলিলে কেতিয়া ফুলিবা(অনুভৱ লেখা)(ৰামধেনু)-কাৰ্চাং তাকাৰ ২৫।এক বহনক্ষম ভৱিষ্যত প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত বহনক্ষম উন্নয়ন লক্ষ্য(SDGs)ৰ ভুমিকা(দৈনন্দিন বাৰ্তা)-তপন পায়েং
২৭।মিচিং জনগোষ্ঠীৰ খেল(গগোৰাং গমুক)-কাৰ্চাং তাকাৰ
২৯। ঐয়াও ৰঙানৈৰ সিপাৰে মোৰ ঘৰ(স্বৰ্ণবন্তি)-কাৰ্চাং তাকাৰ ৩১।এদিনৰ বাটেৰে মাজুলীলৈ(অসম আদিত্য)-তপন পায়েং
৩২। বৃন্ধাবনী বস্ত্ৰ তাতঁ শিল্প আৰু অসমীয়াৰ গৌৰৱময় ঐতিহ্য(অসম আদিত্য/দকচিৰি)-তপন পায়েং
৩৩।চিকেন নেক(নিয়মীয়া বাৰ্তা)-তপন পায়েং
৩৫।পঃৰাগ উৎসৱ : কূটনৈতিৰ সাংস্কৃতিক দাপোণ(দৈনন্দিন বাৰ্তা/অসম আদিত্য/আলি আঃয়ে লৃগাং)
৩৬।বাসন্তীৰ আৱেশত সৰস্বতী পূজা(নিয়মীয়া বাৰ্তা,দৈনন্দিন বাৰ্তা,অসম আদিত্য)
৩৭।সংবিধানৰ সপোন,দেশৰ অভিমান(নিয়মীয়া বাৰ্তা)
৩৮।পৃথিৱী বচাওঁ:অসমৰ পৰিৱেশ সমস্যা আৰু সমাধান,তপন পায়েং(পবা বৰ্ষাৰণ্য মহোৎসৱৰ স্মৃতি গ্ৰন্থত)
৩৯।মিচিং ভাষাৰ অস্তিত্বৰ সংকট আৰু উত্তৰণৰ পথ: সাহিত্য, বোলছবি আৰু সংগীত"(লৃগাং আলোচনী-অৰুনাচল প্ৰদেশ)
৪০।ৰাজনীতিত তথ্য প্ৰযুক্তিৰ নতুন দিগন্ত-তপন পায়েং(দৈনন্দিন বাৰ্তা/নতুন স্বজাতি কাকত)
৪১।সমাজ নিৰ্মাণত নাৰীৰ ভূমিকা(অসম আদিত্য)
৪২।জীৱনৰ সোঁত নদীৰ দৰে(সাপ্তাহিক দৈনিক জনমভূমি)
৪৩।বৈজ্ঞানিক দৃষ্টিভংগীত চাংঘৰ(শালমৰা পঃৰাগ স্মৃতিগ্ৰন্থত)
৪৫।মিচিং ভাষাৰ অস্তিত্বৰ সংকট আৰু নতুন-প্ৰজন্ম("মংকু"-স্মৃতি গ্ৰন্থ)
৪৬।পৰম্পৰাগত পদ্ধতিৰ পৰা প্ৰযুক্তিলৈ কৃত্ৰিম বুদ্ধিমত্তা আৰু ভৱিষ্যতৰ কৃষি,তপন পায়েং(মৰাণ সাহিত্য সন্মিলনৰ স্মৃতি গ্ৰন্থ-পূৰ্বাঞ্চল ২০২৬)
৪৭।নদীৰ বুকুত জাল তৰা সৰু মকৰাৰ কথা(নিয়মীয়া বাৰ্তা)
৪৮।আলি-আঃয়ে-লৃগাং পৰম্পৰা আৰু বিজ্ঞানৰ সন্ধিক্ষণ(বঃমৃং নৌঃ)
৪৯।নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিলৈ এক বিশেষ আহ্বান(দৈনিক জনমভূমি/অসম আদিত্য কাকত) ৫০।জ্ঞাণৰ প্ৰাংগণত ঐক্যৰ আল্পনা-সাপ্তাহিক জনমভুমি
৫১।অনিল পাদিৰ গীতত মিচিং সমাজ-জীৱনৰ প্ৰতিফলন: এটি চমু আলোকপাত,কাৰ্চাং তাকাৰ(অনিল পাদি স্মাৰক গ্ৰন্থত)
৫২। অসমৰ জৈৱ-বৈচিত্ৰ্যত নতুন সংযোজন: “চাইৰট’ডেক্টাইলাছ ৰাইমোনা এনচিছ’’ তপন পায়েং নিয়মীয়া বাৰ্তা বিশ্ববিচিত্ৰাত প্ৰকাশিত লেখা
৫৩।অসমৰ গ্ৰামাঞ্চলত ডিজিটেল শিক্ষাৰ প্ৰয়োজনীয়তা আৰু প্ৰত্যাহ্বানৰ বিষয়ে এটি লেখা-গান্ধৈ বাৰ্ষিক মুখপাত্ৰত
৫৪।আমাৰ মিচিং গাঁৱত ৰঙালী বিহুৰ পৰম্পৰা -সাপ্তাহিক দৈনিক জনমভূমি
৫৫।বিজ্ঞান প্ৰযুক্তিৰ নতুন উদ্ভাৱন: ‘চাইবৰ্গ উদ্ভিদ বিজ্ঞান’—তপন পায়েং(নিয়মীয়া বাৰ্তা)
৫৬।দঞিঃ পলঃৰে গুৱাহাটীলৈ এক অনুভৱী যাত্ৰা-অসম আদিত্য
৫৭।আধুনিক বিশ্বৰ নতুন সংকট জৈৱ সন্ত্ৰাসবাদ-নিয়মীয়া বাৰ্তা(বিশ্ব বিচিত্ৰা শিতান)
0 Comments