অপেক্ষা,নিজৰা কলিতা




 অপেক্ষা 


 দিন -ৰাতি একাকাৰ কৰি 

 বাট চাই আছোঁ , 

তোমালৈ বুলি।

কিজানি তুমি আহিবাই উভতি।।


অপেক্ষা কৰি আছোঁ

দিন , বছৰ , মাহ , 

তথাপিও কিন্তু নাহিলা উভতি।।


তোমাৰ মোৰ মধুৰ স্মৃতিবোৰ

ৰাখিছোঁ হৃদয়তে বান্ধি , 

কেতিয়াও নপৰিল নে মনত 

আমি দুয়ো এক হোৱা সময়খিনি।।


✍️নিজৰা কলিতা

           দৰং জিলা

Post a Comment

0 Comments