Disporum Yobinorum Yobinorum:New Flowering plant species discovered in Arunachal Pradesh.
অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বিজয়নগৰ বনাঞ্চলত আৱিষ্কাৰ
হৈছে- Disporum
Yobinorum।এইবিধ হৈছে নতুন ফুল প্ৰজাতি।
শেহতীয়া খবৰ
উদ্ভিদ বিজ্ঞানীসকলে ম্যানমাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ
এটা দূৰৱৰ্তী কোণত Disporum
Yobinorum এই ফুলফাহৰ স্থান চিহ্নিত হৈছে।
ফুলফাহৰ বিষয়ে:-
- · ই এবিদ নতুন প্ৰজাতিৰ ফুল।
- · অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বিজয় নগৰৰ বনাঞ্চলত আৱিষ্কাৰ
বা চিহ্নিত কৰি থৈছে।
- · বিজয়নগৰ ভাৰতৰ আটাইতকৈ কম বিক্ষিপ্ত হোৱা বনাঅঞ্চল।
- · ম্যানমাৰৰ কাচিন ৰাজ্যৰ সীমান্তত অৱস্থিত এই অঞ্চলটোৱে চীনৰ
ইউনানৰ অৰণ্যৰ সৈতে ইয়াৰ ভূগোল আৰু উদ্ভিদভাগ বিতৰণ কৰে,যাৰ ফলত ই জৈৱিকভাৱে সমৃদ্ধ
সীমা অতিক্ৰম কৰা প্ৰকৃতিৰ দৃশ্যৰ অংশ।
- · যোবিন সম্পৰদায় লোকৰ সন্মাণত এই প্ৰজাতিৰ নাম Yobinorum নাম দিয়া হৈছে।অঞ্চলটো
বৈজ্ঞানিক অন্বেষণৰ বাবে তেওঁলোকৰ সমৰ্থনত স্বীকৃতি দিয়া হৈছে।
- · ম্যানমাৰ আৰু চীনত লিছু নামৰেও পৰিচিত যোবিন সকলে অৰুণাচল
প্ৰদেশৰ অন্যতম সৰু থলুৱা জনজাতি।
- · ডপচ’ৰাম যোবিনৰাম ১১০০-১৫০০ মিটাৰ উচ্চতাত আৰ্দ্ৰ,ছাঁয়াযুক্ত
চিৰসেউজ অৰণ্যত,থলুৱা গছ-গছনিৰে সমৃদ্ধ বাসস্থানত নৈৰ কাষে কাষে গজা দেখিবলৈ পোৱা যোয়।
- · এই প্ৰজাতি এটাস্থানৰ বাবেহে জনজাত,এতিয়ালৈকে ৪০টাতকৈও কম ব্যক্তগত উদ্ভিদৰ ৰেকৰ্ড কৰা হৈছে।
- · ই এবিধ বহুবৰ্ষজীৱী আৰু লতা বা গুল্মজাতীয় উদ্ভিদ।
- · পাহাৰীয়া বৰ্ষাৰণ্য উদ্ভিদ।
- · ইয়াৰ পাতৰ আকৃতি ডিম্বাকৃতিৰ আৰু নিৰ্দিষ্ট সজ্জাত থাকে আৰু
ফুলবোৰ তললৈ ওলমি থকা।।
Disporum
Yobinorum হৈছে এক শেহতীয়াকৈ অৱিষ্খৃত উদ্ভিদৰ প্ৰজাতি যাৰ সৈতে স্থানীয়
জনজাতিয় পৰম্পৰাগত জ্ঞান সাঙোৰ খাই আছে।ইয়াৰ নথিবিদ্ধ তথা সম্ভাৱ্য ঔষদি গুণসমূহ এনেধৰণৰঃ-
- 1. ছালৰ
বাবে উপকাৰিতা:-ছালৰ বিভিন্ন ৰোগ নিৰাময়ৰ বাবে ইয়াৰ পাতৰ প্ৰলেপ হিচাপে ব্যৱহাৰ হয়।
- 2. বিষ
আৰু প্ৰদাহঃ- গাঁঠিৰ বিষ আৰু বা-বিষৰ ক্ষেত্ৰত ই বিষনাশক আৰু প্ৰদাহ-প্ৰতিৰোধী হিচাপে
কাম কৰে।
- 3. স্থানীয়
থলুৱা অনুসৰি ইয়াত এন্টি-অক্সিডেন্ট,ঘাঁ-শুকুৱা আৰু লিভাৰ সুৰক্ষিত কৰিবপৰা গুণ থকাৰ
সম্ভাৱণা আছে।
- 4. স্থানীয়ভাৱে সাপ খেদাবলৈও প্ৰতিৰোধক হিচাপে ব্যৱহাৰ কৰা হয়।
- Wrote by-Karsang Takar
inin english shortly:-Botanist and conservationists emphasize that discovery of disporum yobinorum highlights the profound ecological value of the eastern Himalayas,AS Parts indo-Burma region.Yobin Community tribe,rare plants in india,IUCN DATA Deficient species,Myanmar border flora,Eastern Himalays biodiversity.

0 Comments