অৰ্থনৈতিক উন্নয়ন,NITI Aayog,ভাৰতৰ অৰ্থনৈতিক উন্নয়ন আৰু নীতি আয়োগ: প্ৰতিযোগিতামূলক পৰীক্ষাৰ উপযোগী টোকা,SSC,RRB,ASSAM POLICE EXAM



অৰ্থনৈতিক উন্নয়ন

-১৯৯০ চনত মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হয়। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (United Nations Development Programme /UNDP)।এই প্ৰতিবেদনত তিনিটা সূচক আছে—

  • (১)প্ৰত্যাশিত আয়ুস
  • (২)শিক্ষা  আৰু
  • (৩)জীৱন –যাত্ৰাৰ মান।

২০১০ চনৰ মানৱ উন্নয়ন প্ৰতিবেদনখনত মানৱ উন্নয়নৰ তিনিটা নতুন ধাৰণা সন্নবিষ্ট কৰা হয়-

  • (ক)বৈষম্য সাপেক্ষে মানৱ উন্নয়ন।
  • (খ)লিংগ বৈষম্য সূচকাংক
  • (গ)বহুমাত্ৰীয় দৰিদ্ৰ সূচকাংক

(ক)বৈষম্য সাপেক্ষে মানৱ উন্নয়ন: -মানৱ উন্নয়নৰ প্ৰভাৱ বিভিন্ন শ্ৰেণীৰ লোকৰ ওপৰত কিদৰে পৰিছে তাক নিৰ্নয় কৰে।

(খ)লিংগ বৈষম্য সূচকাংক:-  মানৱ উন্নয়নৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ মাজত থকা অসমতা প্ৰতিফলিত কৰে।

(গ)বহুমাত্ৰীয় দৰিদ্ৰ সূচকাংকঃ- সুচকাংকই দৰিদ্ৰতা বহুৰূপী চৰিত্ৰ দাঙি ধৰে।

Human Development Index(মানৱ উন্নয়ন সূচক। HDI):- সম্প্ৰতি একোখন দেশৰ উন্নয়নৰ সামগ্ৰিক ছবিখন মানৱ উন্নয়নৰ সূচকাংকেৰে বুজোৱা হয়। মানৱ উন্নয়নৰ চাৰিটা স্তৰ-অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক আৰু ৰাজনৈতিক উন্নয়নৰ ভিত্তিত মানুহৰ উন্নত জীৱন-যাপনৰ বাবে প্ৰত্যাশিত আয়ুস,শিক্ষা আৰু জনমূৰি আয় এই তিনিটা সূচকৰ সন্মিলিত এটা পৰিসংখ্যা হ’ল- মানৱ উন্নয়ন সূচক।

মানৱ উন্নয়ন সূচকঃ- -মানৱ উন্নয়ন সূচকে মানৱ উন্নয়নৰ তিনিটা মৌলিক দিশত এখন দেশৰ গড় কৃতিত্বৰ সাৰাংশ সংমিশ্ৰিত পৰিমাপ:স্বাস্থ্য  ,জ্ঞান আৰু জীৱন ধাৰণৰ মানদণ্ড।ই হৈছে মানৱ বিকাশৰ তিনিটা মাত্ৰাত এইখন দেশৰ গড় হিচাপ কৰে—

  • -জন্মৰ সময়ত আয়ুসৰ দ্বাৰা জুখিব পৰাকৈ দীৰ্ঘ আৰু সুস্থ জীৱন।
  • -জ্ঞান,স্কুলীয়া শিক্ষাৰ গড় বছৰ আৰু স্কুলীয়া শিক্ষাৰ আশা কৰা বছৰৰ দ্বাৰা জুখিব পৰাকৈ আৰু
  • -জনমূৰি জি এন আইৰ দ্বাৰা পিপিপিৰ হিচাপত মাৰ্কিব ডলাৰত জুখিব পৰাকৈ এটা মান্য জীৱনৰ ধাৰণৰ মানদণ্ড জুখে।

অৰ্থনৈতিক পৰিকল্পনাঃ

প্ৰতি পাঁচ বছৰৰ মুৰে মুৰে পৰিকল্পনা কৰা হৈছিল। সামগ্ৰিকভাৱে আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা অৰ্থনৈতিক উন্নয়নৰ ক্ষিপ্ৰতৰা সাৰ আদি পৰিকল্পনা কৰা হৈছিল।এই আটাইবোৰ পৰিকল্পনা ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগে সম্পাদনাৰ দায়িত্বত আছিল। প্ৰথম পৰিকল্পনা কৰা হৈছিল-১৯৫১ চনৰ ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চ ১৯৫৬ চনলৈ।

তালিকাঃ- ভাৰতবৰ্ষৰ পৰিকল্পনাসমূহ(১৯৫১-২০১৭)

পৰিকল্পনা

সময়ছোৱা

প্ৰথম

১ এপ্ৰিল ১৯৫১-৩১ মাৰ্চ ১৯৫৬

দ্বিতীয়

১ এপ্ৰিল ১৯৫৬-৩১ মাৰ্চ ১৯৬১

তৃতীয়

১ এপ্ৰিল ১৯৬১-৩১ মাৰ্চ ১৯৬৬

তিনিখন বাৰ্ষিক পৰিকল্পনা

১ এপ্ৰিল ১৯৬৬-৩১ মাৰ্চ ১৯৬৯

চতুৰ্থ

১ এপ্ৰিল ১৯৬৯-৩১ মাৰ্চ ১৯৭৪

পঞ্চম

১ এপ্ৰিল ১৯৭৮-৩১ মাৰ্চ ১৯৭৮

দুখন বাৰ্ষিক পৰিকল্পনা

১ এপ্ৰিল ১৯৭৮-৩১ মাৰ্চ ১৯৮০

ষষ্ঠ

১ এপ্ৰিল ১৯৮০-৩১ মাৰ্চ ১৯৮৫

সপ্তম

১ এপ্ৰিল ১৯৮৫-৩১ মাৰ্চ ১৯৯০

দুখন বাৰ্ষিক পৰিকল্পনা

১ এপ্ৰিল ১৯৯০-৩১ মাৰ্চ ১৯৯২

অষ্টম

১ এপ্ৰিল ১৯৯২-৩১ মাৰ্চ ১৯৯৭

নৱম

১ এপ্ৰিল ১৯৯৭-৩১ মাৰ্চ ২০০২

দশম

১ এপ্ৰিল ২০০২-৩১ মাৰ্চ ২০০৭

একাদশ

১ এপ্ৰিল ২০০৭-৩১ মাৰ্চ ২০১২

দ্বাদশ

১ এপ্ৰিল ২০১২-৩১ মাৰ্চ ২০১৭

 

নিটি আয়োগ(NITI AYOG)

-২০১৪ চনত  নতুন কেন্দ্ৰিয় চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত NITI AYOG গঠন কৰিছে। NITI- National Institution for Transforming India Ayog.

সমিতিখনৰ গাঁথনিঃ-

অধ্যক্ষঃ- প্ৰধানমন্ত্ৰী

উপাধ্যক্ষঃ- প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্তি

পূৰ্ণকালীন সদস্যঃ-  তিনিজন বিশেষজ্ঞ ।

অংশকালীন সদস্যঃ- দুজন

পদেন সদস্যঃ- সৰ্বোচ্চ চাৰিজন কেন্দ্ৰীয় মন্ত্ৰী।

মুখ্য কাৰ্যবাহী বিষয়াঃ- এজন ভাৰতীয় প্ৰশাসনিক বিষয়া ।

পৰিচালনা পৰিষদঃ- মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ  উপ-ৰাজ্যপালসকল।

NITI AYOGৰ বৈশিষ্ঠ্যঃ-

১।  ৰাষ্ট্ৰসমূহৰ সক্ৰিয় জড়িততাৰে ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰ,খণ্ড আৰু কৌশলৰ এক ভাগ-বতৰা দৃষ্টিভংগী গঢ়ি তোলা।

২।শক্তিশালী ৰাষ্ট্ৰসমূহে এটা শক্তিশালী জাতি গঠন কৰে বুলি স্বীকাৰ কৰি ৰাজ্যসমূহৰ সৈতে নিৰন্তৰভাৱে গাঁথনিগত সমৰ্থন পদক্ষেপ আৰু ব্যৱস্থাৰ জৰিয়তে সমবায় ফেডাৰেলিজিমক লালিত কৰে।

৩।গাঁও পৰ্যায়ত বিশ্বাসযোগ্য পৰিকল্পনা প্ৰণয়ন কৰাৰ ব্যৱস্থা গঢ়ি তোলা আৰু চৰকাৰৰ উচ্চ পৰ্যায়ত এইবোৰ ক্ৰমান্বয়ে একত্ৰিত কৰে।

৪।ইয়াক বিশেষ ভাৱে উল্লেখ কৰা ক্ষেত্ৰসৱমূহৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থক অৰ্থনৈতিক কৌশল আৰু নীতিত অন্তৰ্ভূক্ত কৰাটো নিশ্চিত কৰা।

 

NITI AYOG RELATED MCQ (PYQ)
niti

NITI AYOG RELATED MCQ (PYQ)

1.Who is the Curren CEO of NITI Ayog?

(a)Rajeev Kumar

(b)Arvind Subranayam

©Amitabh Kant

(d)Narendra Modi

Ans-C Amitabh Kant

2.Which of the following statement is correct about the NITI Ayog?

(A)NITI Ayog was formed 25 january 2016

(b)NITI Ayog comes under the Ministry of Commerce and Industry

(c)The full form of NITI Aayog is National instititute foir Transforming India.

(d)The NITI Aayog is a policy think tank of the government for India.

Ans:-D. (d)The NITI Aayog is a policy think tank of the government for India.

3.When was NITI Aayog established?

(a)1 January 2015

(b) 25 january 2016

(c) 14 may 2014

(d) 1 july 2015

Ans:- (a)1 January 2015

 

 


Post a Comment

0 Comments