আন্তৰ্জাতিক সংঘ International Organizations MCQ in Assamese | APSC, ADRE, Assam Police, SSC GK Notes

 

আন্তৰ্জাতিক সংঘ (International Organizations) MCQ in Assamese | APSC, ADRE, Assam Police, SSC GK Notes

আন্তৰ্জাতিক সংঘ

প্ৰথম বিশ্বযুদ্ধ (১৯১৪) চনৰ পিছত বিশ্বত শান্তি স্থাপনৰ বাবে জাতিসংঘ(league of nation)  গঠন কৰা হৈছিল।

১৯৩৯ চনৰ পুনৰ দ্বিতীয় বিশ্বযুদ্ধ হয়।ফলত ১৯৪৫ চনৰ ২৪ অক্টোবৰত “ৰাষ্ট্ৰসংঘ’’ গঠন কৰা হৈছিল।

ছানফ্ৰাঞ্সিচকো সন্মিলনত সৰ্বমুঠ ৫১খন দেশে স্বাক্ষৰ কৰিছিল।

 

ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যঃ-ৰাষ্ট্ৰসংঘৰ মুঠ অনুচ্ছেদ আছে ১১১ টা।

১।আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

২।সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা।

৩।আন্তঃৰাষ্ট্ৰীয় সহযোগীতাৰ ভিত্তিত অৰ্থনৈতিক,সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা।

ৰাষ্ট্ৰসংঘৰ ভাগসমূহ

মুঠ ছটা প্ৰধান অংগ আছে—

    সাধাৰণ সভা(Genral Assembly)

    নিৰাপত্তা পৰিষদ(Security Assembly)

    অৰ্থনৈতিক আৰু সামাজিক পৰিষদ(Economic and Social Council)

    ন্যাসৰক্ষী পৰিষদ(Trusteeship Council)

    আন্তৰ্জাতিক ন্যায়ালয় (International Court of Justice)

    সচিবালয়(Secretariat)

নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসমূহ—  আমেৰিকা,গ্ৰেট বৃটেইন,ফ্ৰাঞ্চ,ৰাছিয়া আৰু চীন।

ন্যাসৰক্ষী পৰিষদ( Trusteeship Council)—দেশবিলাকৰ জনসাধাৰণৰ অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক,শিক্ষা,স্বাস্থ্য আৰু আনুসংগিক সমস্যাসমূহ সমাধানৰ বাবে গঠন কৰা  হয়।

আন্তৰ্জাতিক ন্যায়ালয় (International Court of Justice)—ৰাষ্ট্ৰসংঘৰ ন্যায়ালয়ত মুঠ ১৫ জন ন্যায়ধীশ থাকে।

 

আন্তৰ্জাতিক অনুষ্ঠান

 

মুখ্য কাৰ্যালয়

জাতিসমূহৰ সংঘ

লণ্ডন

 

এমনেষ্টি ইন্টাৰনেচনেল

লণ্ডন

 

উত্তৰ আটলান্টিক চুক্তি সংঘটন

ব্ৰুচলেচ

 

আন্তঃৰাষ্ট্ৰীয় নবীকৰণযোগ্য শক্তি অভিকৰণ

সংযুক্তআৰব এমিৰেটচ

 

এছিয়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক নিগম

ছিংগাপুৰ

 

দক্ষিণ-পূব এছীয় জাতিসমূহৰ সংস্থা

জাকৰ্টা

 

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ

 

ডুবাই

বিশ্ব অৰ্থনৈতিক মঞ্চ

জেনেভা

 

ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ ছেপ্তেম্বৰত ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰি ৰাষ্ট্ৰীয়  মানৱ অধিকা আয়োগ গঠন কৰে।

 

আন্তৰ্জাতিক সংঘ (International Organizations) – APSC, ADRE, Assam Police, SSC GK Notes & MCQ in Assamese  প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আন্তৰ্জাতিক সংঘ (International Organizations) এটা অতি গুৰুত্বপূৰ্ণ বিষয়। APSC, ADRE, Assam Police, Assam Secretariat, SSC, DHS, Grade-III, Grade-IV, TET, Banking আৰু বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাত এই অধ্যায়ৰ পৰা প্ৰায়েই প্ৰশ্ন সোধা হয়।  এই পোষ্টত আপুনি পাব—  ✅ জাতিসংঘ (League of Nations) সম্পূৰ্ণ তথ্য ✅ ৰাষ্ট্ৰসংঘ (United Nations Organization - UNO) গঠন, উদ্দেশ্য আৰু মূল অংগ ✅ নিৰাপত্তা পৰিষদ (UN Security Council) আৰু স্থায়ী সদস্য ✅ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় (ICJ) ✅ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ (ECOSOC) ✅ Trusteeship Council ✅ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুখ্য কাৰ্যালয় ✅ SAARC, NATO, ICC, World Economic Forum, Amnesty International ✅ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (NHRC) ✅ পৰীক্ষাভিত্তিক Multiple Choice Questions (MCQ) ✅ APSC, ADRE আৰু Assam Police Previous Year Question Pattern

১।জাতিসংঘ কিমান চনত গঠন কৰা হৈছিল।





ANSWER= উত্তৰঃ-(ক)১৯১৪ চনত
Explain:- জাতিসংঘ কিমান চনত ১৯১৪ চনত গঠন কৰা হৈছিল।

 

২। ৰাষ্ট্ৰসংঘ(United Nation Organisatio) গঠন কৰাৰ কাৰণ আছিল-





ANSWER= উত্তৰ—(ক)জাতিসংঘ বিফল হোৱাৰ বাবে।
Explain:- ৰাষ্ট্ৰসংঘ জাতিসংঘ বিফল হোৱাৰ বাবে গঠন কৰা হৈছিল।

 

৩। ৰাষ্ট্ৰসংঘৰ ছানফ্ৰাঞ্চিচকো সন্মিলনত কিমানটো ৰাষ্ট্ৰই স্বাক্ষৰিত কৰিছিল-





ANSWER= উত্তৰ(খ)-৫১খন
Explain:- ৰাষ্ট্ৰসংঘৰ ছানফ্ৰাঞ্চিচকো সন্মিলনত ৫১ দেশে ৰাষ্ট্ৰই স্বাক্ষৰিত কৰিছিল।

 

৪। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা(General Assembly)লৈ প্ৰতিটো দেশে কিমানজন প্ৰতিনিধিক পঠাব পাৰে—





ANSWER= উত্তৰঃ-(খ)পাঁচজন
Explain:-ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা(General Assembly)লৈ প্ৰতিটো দেশে পাঁচজন প্ৰতিনিধিক পঠাব পাৰে।

 

৫।ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্পূৰ্ণ সংঘটো হ’ল-





ANSWER= উত্তৰঃ-(ক)Security Council
Explain:- ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্পূৰ্ণ সংঘটো হ’ল- Security Council

 

৬। ৰাষ্ট্ৰসংঘৰ মুঠ কিমানটা অনুচ্ছেদ আছে—





ANSWER= উত্তৰঃ-(ক)১১১টা
Explain:- ৰাষ্ট্ৰসংঘৰ মুঠ কিমানটা ১১১টা অনুচ্ছেদ আছে।

 

৭। ১৯৬৩ চনৰ ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা কিমানলৈ বৃদ্ধি কৰা হয়—





ANSWER= উত্তৰঃ(ক)১১ জনলৈ
Explain:- ১৯৬৩ চনৰ ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা ১১ জনলৈ বৃদ্ধি কৰা হয়

 

৮। তলৰ কোনটো ৰাষ্ট্ৰ নিৰাপত্তা সংঘৰ স্থায়ী সদস্য নহয়——

    (ক)বৃটেইন
ANSWER= উত্তৰঃ-(খ) ভাৰত
Explain:- ভাৰত স্থায়ী সদস্য নহয়

 

৯। ১৯৬৫ চনৰ ৰাষ্ট্ৰসংঘৰ চনদৰ সংশোধনত অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সংখ্যা কিমানলৈ বৃদ্ধি কৰিছিল—



      (গ) ৩০ জনলৈ


ANSWER= উত্তৰঃ-(ঘ) ২৭ জনলৈ।আনহাতে ১৯৭৩ চনত ৫৪ জনলৈ বৃদ্ধি কৰা হয়।
Explain:- ১৯৬৫ চনৰ ৰাষ্ট্ৰসংঘৰ চনদৰ সংশোধনত অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সংখ্যা ৫৪জনলৈ বৃদ্ধি কৰিছিল

 

১০। ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক ন্যায়ালয় ত মুঠ কিমাজন ন্যায়াধীশ থাকে—





ANSWER= উত্তৰঃ-(গ)১৫ জন
Explain:- ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক ন্যায়ালয় ত মুঠ ১৫জন ন্যায়াধীশ থাকে।

 

১১। দক্ষিণ এছীয় আঞ্চলিক সহযোগীতা সংস্থাৰ কাৰ্যালয় ক’ত আছে-





ANSWERউত্তৰঃ-(ক)নেপালৰ কাঠমাণ্ডুত
Explain:- উত্তৰঃ-(ক)নেপালৰ কাঠমাণ্ডুত

 

১২। World Economic Forum ৰ কাৰ্যালয় ক’ত আছে—





ANSWERউত্তৰঃ-(ক)জেনেবা
Explain:- উত্তৰঃ-(ক)জেনেবা

 

১৩। SAARC সম্পুৰ্ণ নাম কি?-


    (খ)South Africa And Russia Association
ANSWERউত্তৰঃ—(ক) South Asian Associatiojnh for Cooperation
Explain:- উত্তৰঃ—(ক) South Asian Associatiojnh for Cooperation

 

১৪। North Atlantic Treaty Organisation(NATO)ৰ কাৰ্যালয় ক’ত আছে—


    (খ)
ANSWERউত্তৰঃ—(খ)ব্ৰুচলেচ
Explain:- উত্তৰঃ—(খ)ব্ৰুচলেচ

 

১৫। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ কাৰ্যালয় ক’ত আছে-





ANSWER= (ক)ডুবাই
Explain:- (ক)ডুবাই

 

১৬। কোন তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিাকৰ আয়োগ পালন কৰে—





ANSWER= (গ)১২ অক্টোবৰ
Explain:- (গ)১২ অক্টোবৰ

 

 TAG-APSC, ADRE, Assam Police, SSC, Assam GK, International Organizations, UNO, United Nations, League of Nations, Security Council, General Assembly, ICJ, ECOSOC, SAARC, NATO, ICC, World Economic Forum, NHRC, GK Notes, MCQ Assamese, Competitive Exam, Assam Government Exam, Polity Notes, International Affairs, Current GK, Assamese Study Material

Post a Comment

0 Comments