আইপৌ মৌনাম কনেঙা,কাৰ্চাং তাকাৰ

 

আইপৌ মৌনাম কনেঙা,কাৰ্চাং তাকাৰ

আইপৌ মৌনাম কনেঙা

কাৰ্চাং তাকাৰ


ঐয়ঃ  আঅৃনা,ভালে আছনে?

চকুত উঠঙা যৌৱনৰ 

মুখত হাঁহি ভালপোৱাৰ

শুনিছোঁ! তুমি এনো প্ৰেমক ঘৃণা কৰা

প্ৰেম এনো বিশ্বাসঘাটক

যদি মই কওঁ— প্ৰেম এক নতুন প্ৰভাতৰ 

তুমি ভালপোৱা কোৰিয়ান  আৰু মই হ’লো আফ্ৰিকান  মই বিশ্বাস নকৰোঁ—এইয়া কি ৰং  বৰ্ণময় গোঢ়ামি অশ্লীলতা  অন্ততঃ দেখুৱাব পাৰিম জীৱনৰ ৰং-ৰহইচৰ কথা  সুখে-দুখে জীৱন অঁকাৰ কথা।


সন্ধিয়া এপাক ওলাবা-মেপল লিপলৈ

অ’ মোৰে কালৃগচুনাম ঐয়ঙা,

তোমাৰ চকুত চকু থৈ

তোমাৰ ওঁঠত  হাঁহি থ’য়

অথচ ! তোমাক ক’ব নোৱাৰিম

তোমাক ভালপোৱাৰ ,

সাগৰৰ মনি-মুকুতা বুটলি আনি দকচিৰি গঢ়াৰ

আছেই বা কি মোৰ এনে তোমাক সঁজাবলৈ

তুমি ভালপোৱা কোৰিয়ান  আৰু মই হ’লো আফ্ৰিকান  মই বিশ্বাস নকৰোঁ—এইয়া কি ৰং  বৰ্ণময় গোঢ়ামি অশ্লীলতা  অন্ততঃ দেখুৱাব পাৰিম জীৱনৰ ৰং-ৰহইচৰ কথা  সুখে-দুখে জীৱন অঁকাৰ কথা।



তুমি ভালপোৱা কোৰিয়ান

আৰু মই হ’লো আফ্ৰিকান

মই বিশ্বাস নকৰোঁ—এইয়া কি ৰং  বৰ্ণময় গোঢ়ামি অশ্লীলতা

অন্ততঃ দেখুৱাব পাৰিম জীৱনৰ ৰং-ৰহইচৰ কথা

সুখে-দুখে জীৱন অঁকাৰ কথা।

তুমি ভালপোৱা কোৰিয়ান  আৰু মই হ’লো আফ্ৰিকান  মই বিশ্বাস নকৰোঁ—এইয়া কি ৰং  বৰ্ণময় গোঢ়ামি অশ্লীলতা  অন্ততঃ দেখুৱাব পাৰিম জীৱনৰ ৰং-ৰহইচৰ কথা  সুখে-দুখে জীৱন অঁকাৰ কথা।


আঅৃনা চহৰত তোমাক লৈ বাহ সাজিব নোৱাৰিম

নোৱাৰিম কংক্ৰিটৰ ঘৰ

য’ত কিৰিলি পাৰিব নোৱাৰে-কনমানি ঘনচিৰিকা

মই জানোঁ! তুমি ভাল নাপাবা

গাঁৱলীয়া কেচা-পথৰ মাটিমাতৰ গোন্ধত,,,

আঅৃনা চহৰত তোমাক লৈ বাহ সাজিব নোৱাৰিম  নোৱাৰিম কংক্ৰিটৰ ঘৰ  য’ত কিৰিলি পাৰিব নোৱাৰে-কনমানি ঘনচিৰিকা  মই জানোঁ! তুমি ভাল নাপাবা  গাঁৱলীয়া কেচা-পথৰ মাটিমাতৰ গোন্ধত,,,


আঅৃনা!আইপৗ মৗনামা।।

ৰাইযোৱা পথাৰত মাটি তিনিবিঘা আছে

তুমি যদি কোৱা -তাত থকা সৰিয়হ-মাটিমাহতো তোমাৰ ঠিকনা সিচিম

আঅৃনা!আইপৗ মৗনামা।।  ৰাইযোৱা পথাৰত মাটি তিনিবিঘা আছে  তুমি যদি কোৱা -তাত থকা সৰিয়হ-মাটিমাহতো তোমাৰ ঠিকনা সিচিম



মই কল্পনা কৰিছোঁ!(২)

আহ! কি অফুৰন্ত ভাবনা

ওহ! কি’যে লয়লাস

আঅৃনা! আঘোণ মাহৰ খেতি পথাৰত তামোলৰ পিকতে ৰঙা হাঁহি পিন্ধিলে

মৗনামৌ! বিৰিয়াপাতখন লৈ দৌৰি যাম,

কাষতে-থকা মামৗহঁতক দেখি লাজ কৰিবা নেকি বাৰু?

মই কল্পনা কৰিছোঁ!(২)  আহ! কি অফুৰন্ত ভাবনা  ওহ! কি’যে লয়লাস  আঅৃনা! আঘোণ মাহৰ খেতি পথাৰত তামোলৰ পিকতে ৰঙা হাঁহি পিন্ধিলে  মৗনামৌ! বিৰিয়াপাতখন লৈ দৌৰি যাম,  কাষতে-থকা মামৗহঁতক দেখি লাজ কৰিবা নেকি বাৰু?

বুকতে-গুপুতে বেজাৰ পুহি নাথাকিবা?

ৰমৰমীয়া চহৰৰ পদূলিৰ গোন্ধক  এৰি অহাৰ বাবে

পাহৰিবা  নেকি?

মেপল লিফৰ একাপ কফিত তুমি-মই ৰঙা হোৱা সন্ধিয়াখিনিক

TAPAN POEM


ঐয়ঃ আঅৃনা

আমি হ’লো গৰীৱৰ ৰাজ্যত বসবাস কৰা প্ৰজা

ৰং-চহীয়া আৱেশক সঁজাবলৈ এচুকত আছেই বা কি?

বহুদিন ধৰি নৰিয়াত থকা গাঁওৰ পদূলিবোৰ

চহৰৰ দৰে ওমলি-জামলি নাথাকে

নাপাবা পাশ্চাত্য দেশৰ সৌন্দৰ্য

বাটে বাটে খাব পৰা-ম’মো,ফুলাওঁ

এইভাৱে মোক গুমুটা কৰি থাকিবা নেকি ঐয়ঃ?

ঐয়ঃ আঅৃনা  আমি হ’লো গৰীৱৰ ৰাজ্যত বসবাস কৰা প্ৰজা  ৰং-চহীয়া আৱেশক সঁজাবলৈ এচুকত আছেই বা কি?  বহুদিন ধৰি নৰিয়াত থকা গাঁওৰ পদূলিবোৰ  চহৰৰ দৰে ওমলি-জামলি নাথাকে  নাপাবা পাশ্চাত্য দেশৰ সৌন্দৰ্য  বাটে বাটে খাব পৰা-ম’মো,ফুলাওঁ  এইভাৱে মোক গুমুটা কৰি থাকিবা নেকি ঐয়ঃ?




Post a Comment

0 Comments